Category «Uncategorized»

NRC neither scientific in detecting illegal immigrants, nor in the spirit of Assam Accord; indigenous people need constitutional safeguards

https://www.firstpost.com/india/nrc-neither-scientific-in-detecting-illegal-immigrants-nor-in-spirit-of-assam-accord-indigenous-people-need-constitutional-safeguards-7297081.html The outrage of the indigenous people on the immigration issue is neither due to their religion nor due to their language; rather it is because of what they experienced in front of their own eyes, in their very own lifetimes. There are numerous loopholes in the NRC system, which were raised in the Supreme …

Vienna Diary 4

আত্মাৰ উপলব্ধি আৰু আনন্দ আগতে লিখিছোঁ যে ভিয়েনা মহানগৰী বসবাসৰ বাবে অতি উপযোগী ঠাই l ইয়াৰ নীলা আকাশখনে বিশুদ্ধ বতাহৰ কথা সোঁৱৰাই দিয়ে…. ৰ’দ দিলে গভীৰ নীলা হৈ পৰা ডানোব নদীখনে বুকু ভৰাই তোলে। কিছু দূৰৰ মূৰে মূৰে থকা সেউজীয়া শিশু উদ্যানবোৰত শিশুবোৰে খেলি আনন্দ কৰি থকা দেখিলে ওঠঁত আপোনা আপুনি হাঁহি বিৰিঙি উঠে। এইযে …

অকাল মৃত্যু আৰু অসম (Premature deaths and Assam)

উচৰ্গা:মোৰ জীৱনৰ তিনিগৰাকী শ্ৰদ্ধা অাৰু মৰমৰ শিক্ষকলৈ: ইৰা গোঁহাই, অমূল্য চমুৱা আৰু মাৰী ভাট হয়তো মই যোৱা ছয়বছৰ ধৰি এই বিষয়ে এটা প্ৰৱন্ধ লিখিম বুলি ভাবি আছিলোঁ l কিন্ত প্ৰচণ্ড তাগিদা নহলে, যিকোনো কামেই পিছলৈ পেলাই থোৱাৰ এটা বেয়া অভ্যাস আছে মোৰ, যাৰ বাবে কৰিব বিচৰা বহুত কাম কৰিব নোৱাৰোঁ l অাজি পিছে কাহানিও চিনি …

India’s unwanted daughter

Available at https://blog.iiasa.ac.at/2018/06/04/indias-unwanted-daughters/ By Nandita Saikia, Postdoctoral Research Scholar at IIASA Being an author of a research article on excess female deaths in India in Lancet Global Health, one of the world’s most prestigious and high impact factor public health journals, today I questioned myself: Did I dream of reaching here when I was a little school going …

Vienna Diary 3

আমাৰ ভিয়েনা ডায়েৰী ১ত ভিয়েনা খন কেনেদৰে স্বাস্থ্যৰ বাবে উপযোগী কৰি তোলা হৈছে সেয়া বৰ্ণনা কৰিছিলোl অাজি ভিয়েনা ৰ ৰাজহুৱা যাতায়ত সেৱাই ভিয়েনা বাসীক কিদৰে উচ্ছ মানদণ্ড ৰ জীবন কটোৱাত সহায় কৰিছে, সেই বিষয়ে লিখোঁ! ইউৰোপৰ আন মহানগৰীৰ দৰেই ভিয়েনা তো চাৰি ধৰণৰ যান বাহান ৰ ব্যৱস্থা আছে :ট্ৰাম, subway বা মেট্ৰ, বাচ আৰু ৰেলগাড়ী …

Vienna Diary 2

আজি ভিয়েনাৰ শিশু সকলৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে কব বিচাৰিছোঁ । ভিয়েনাত শিশু সকলৰ বয়স ছয় বছৰ সম্পূৰ্ণ নোহোৱালৈকে কোনো স্কুলত নাম লগাব নোৱাৰে। অন্য বহুতো দেশৰ দৰে ৩-৬ বছৰলৈ Kindergarten যোৱাটো বাধ্যতামূলক নহয়। কিন্তু সাধাৰণতে এই সময়চোৱাত তেওঁলোক kindergarten যায়। যিহেতু আমাৰ তাত তিনি বছৰ সম্পূৰ্ণ হলেই শিশু সকলক স্কুলৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছে, ভিয়েনাতনো …

Vienna Diary 1

Vienna Dairy #1 কৰ্মসূএে যোৱা ছয় বছৰ ধৰি আমি যদিও দিল্লীৰ বাসিন্দা ,গৱেষণাৰ বাবে আমি Vienna ,Austria লৈ আহিবলৈ সুবিধা পালোঁ । দিল্লীত আমাৰ প্ৰতিষ্ঠিত আৰু আৰামদায়ক জীৱন সেইবাবে ভিয়েনালৈ অহাৰ সিদ্ধান্তক লৈ আমি বহুদিন দোধোৰ মোধোৰত আছিলোঁ । কিন্তু ইউৰোপৰ বিভিন্ন বন্ধুবৰ্গই আমাক উপদেশ দিছিল যে ভিয়েনাখন ইমান ধুনীয়া ঠাই, তোমালোকে তাৰ সোৱাদ লবলৈ …